গৌতম গম্ভীৰক ভাৰতীয় পুৰুষ দলৰ নতুন মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি-চি-চি-আয়ে প্রাক্তন খেলুৱৈ তথা বিশ্বকাপ বিজেতা গৌতম গম্ভীৰক পুৰুষ দলৰ নতুন মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি দিছে। বি-চি-চি-আইৰ সম্পাদক জয় শ্বাহে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। শ্ৰীগম্ভীৰে মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্রাবিড়ৰ ঠাই ল’ব।

অধিক পঢ়ক

সকলো চাওক