ডাউনলোড
মোবাইল এপ

android apple
signal

March 9, 2025 7:23 PM | Golaghat DC

printer

গোলাঘাটৰ বৰপথাৰত চাওতাল জনগোষ্ঠীসকলৰ বাহা সন্মিলনৰ লাইখুঁটা স্থাপন

গোলাঘাটৰ সৰুপথাৰ সমজিলাৰ বৰপথাৰত দুদিনীয়াকৈ আয়োজন কৰা চাওতাল জনগোষ্ঠীসকলৰ বাহা সন্মিলনৰ আজি লাইখুঁটা স্থাপন কৰা হয়। বৰপথাৰ চাওতাল সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত অহা ১ আৰু ২ এপ্ৰিলত এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত চাওতাল জনগোষ্ঠীৰ বিভিন্ন উপগোষ্ঠীৰ উপস্থিতিত পৰম্পৰাগত নৃত্য-গীত, চিত্রাংকন, সৃষ্টিশীল নৃত্য, সাহিত্য প্রতিযোগিতাৰ লগতে অন্যান্য বহুতো কাৰ্যসূচী অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক