ডাউনলোড
মোবাইল এপ

android apple
signal

February 6, 2025 6:43 PM | ROJGAR MELA

printer

গুৱাহাটীৰ নাৰেঙ্গী সামৰিক কেন্দ্ৰৰ ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত কাইলৈ নিয়োগ মেলাৰ আয়োজন

প্রাক্তন সৈনিক কল্যাণ বিভাগৰ অন্তৰ্গত পুনৰসংস্থাপন সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ নাৰেঙ্গী সামৰিক কেন্দ্ৰৰ ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত কাইলৈ নিয়োগ মেলাৰ আয়োজন কৰা হৈছে। এই নিয়োগ মেলাত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, পুনৰসংস্থাপন সঞ্চালক, মেজৰ জেনেৰেল এছ বি কে সিঙকে ধৰি কেইবাগৰাকী মেজৰ আৰু ব্রিগেডিয়াৰ উপস্থিত থাকিব। এই নিয়োগ মেলাত ৩৫টাতকৈ অধিক কৰ্পৰেট সংস্থাই নিয়োগ প্রদানকাৰী হিচাপে যোগদান কৰিব। মেলাত ৫০০ৰো অধিক প্ৰাক্তন সৈনিকে নিয়োগ বিচাৰি অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

অধিক পঢ়ক

সকলো চাওক