■ খেল’ ইণ্ডিয়া পেৰা গেম্ছ ২০২৫-ৰ আজি সামৰণি পৰিব। ভাৰতীয় ক্রীড়া প্ৰাধিকৰণে আয়োজন কৰা এই ক্রীড়া মহোৎসৱৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ৰক্ষা নিখিল খৰ্চে উপস্থিত থাকিব। এই ৮ দিনীয়া ক্রীড়া মহোৎসৱৰ ১,৩০০ৰো অধিক গৰাকী পেৰা এথলিটে পেৰা আৰ্চাৰী, পেৰা এথলেটিক্চ, পেৰা বেডমিণ্টন পেৰা পাৱাৰ লিফটিং আৰু টেবল টেনিছকে ধৰি ৬টা শিতানত প্রতিদ্বন্দ্বিতা আগবঢ়ায়৷
Site Admin | March 27, 2025 12:15 PM | Khelo India | Khelo India Para Games | SPORTS
খেল’ ইণ্ডিয়া পেৰা গেম্ছ ২০২৫-ৰ আজি সামৰণি
