কৌশল ভাৰত কুশল ভাৰত যোজনাৰ অধীনত গ্রাহক সেৱাৰ প্ৰতিনিধি নিযুক্তি দিয়া হ’ব বুলি প্ৰকাশিত বাতৰিটো ভুৱা

■ কৌশল ভাৰত কুশল ভাৰত যোজনাৰ অধীনত গ্রাহক সেৱাৰ প্ৰতিনিধি নিযুক্তি দিয়া হ’ব আৰু ২৮ হাজাৰকৈ টকা প্ৰদান কৰা হব বুলি এটা ভুৱা খবৰ বিয়পি পৰা পৰিলক্ষিত হৈছে৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই খবৰ মিছা বুলি প্ৰকাশ কৰিছে৷ নিযুক্তিৰ পূৰ্বে এহেজাৰ ৩৫০ টকা পঞ্জীয়ন মাচুল দিব লাগিব বুলি কৰা দাবীক মন্ত্ৰালয়ে অস্বীকাৰ কৰিছে৷

অধিক পঢ়ক

সকলো চাওক