কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমত আজি কোচ-ৰাজবংশী জনগোষ্ঠীৰ কৃষিপ্ৰধান বিষুৱা উৎসৱ উদযাপন কৰা হয়। আজি পুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ আদিৰ লগতে বিভিন্ন খেল- ধেমালি অনুষ্ঠিত হয়। বিয়লিৰ ভাগত নৃত্য-প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাইলৈ সাংস্কৃতিক সন্ধিয়াত জনপ্রিয় শিল্পীয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰিব।
Site Admin | May 13, 2024 8:32 PM | Kokorajhar
কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমত কোচ-ৰাজবংশী জনগোষ্ঠীৰ কৃষিপ্ৰধান বিষুৱা উৎসৱ উদযাপন
