বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত মাগুৰমাৰিত ৰাভা জনগোষ্ঠীৰ এটা অতিথিশালা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানটিত কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীও অংশগ্ৰহণ কৰে ।
Site Admin | September 15, 2024 7:44 PM | Pramod Boro
কোকৰাঝাৰৰ মাগুৰমাৰিত ৰাভা জনগোষ্ঠীৰ অতিথিশালা নিৰ্মাণৰ আধাৰশিলা স্থাপন
