উপভোক্তা মন্ত্ৰ্যালয়ে ওজৰ আপত্তিসমূহৰ ক্ষেত্রভিত্তিক পর্যালোচনাৰ বাবে কৃত্রিম বুদ্ধিমত্তাযুক্ত এটা ৰাষ্ট্ৰীয় উপভোক্তা হেল্প লাইন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। আপত্তিসমূহ জনসাধাৰণে ১৯১৫ টলফ্ৰী নম্বৰ অথবা Consumer.com.in ৱেবছাইটযোগে অৱগত কৰিব পাৰিব। উপভোক্তাসকলে তেওঁলোকৰ ওজৰ আপত্তিসমূহ বিশেষকৈ শিক্ষাৰ লগত জড়িত আপত্তিসমূহ উপযুক্তভাৱে আৰু খৰতকীয়াভাৱে সমাধান কৰাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰ্যালয়ে নতুন প্ৰযুক্তিৰ সহায়ত এই ব্যৱস্থা গ্ৰহণ কৰিছে।
Site Admin | February 7, 2025 6:05 PM | Helpline Number 1915 | National Consumer | National Consumer Helpline Number 1915
কৃত্রিম বুদ্ধিমত্তাযুক্ত ৰাষ্ট্ৰীয় উপভোক্তা হেল্প লাইন ব্যৱস্থাৰ প্ৰৱৰ্তন উপভোক্তা মন্ত্ৰ্যালয়ৰ
