March 29, 2024 9:33 PM | Election 2024

printer

কার্বি আংলং জিলা নির্বাচন বিভাগৰ ৱচবিপ’ আৰু ইক-নী নামেৰে শুভংকৰ প্ৰস্তুত

কার্বি আংলং জিলা নির্বাচন বিভাগে অহা ২৬ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ডিফু লোকসভা সমষ্টিৰ ভোটাৰক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৱচবিপ’ আৰু ইক-নী নামেৰে শুভংকৰ প্ৰতীক প্ৰস্তুত কৰি উলিয়াইছে। ডিফু লোকসভা সমষ্টিত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে শুভংকৰ লগত লৈ ভোটদানৰ প্ৰতি সজাগতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।

অধিক পঢ়ক

সকলো চাওক