ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানালৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ হায়দাবাদত কোটি দীপোৎসৱম-২০২৪ অনুষ্ঠানত অংশ ল’ব। পৰহিলৈ ৰাষ্ট্ৰপতি মুৰ্মুৱে হায়দাবাদত আয়োজিত লোক মন্থন-২০২৪ অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰিব।
Site Admin | November 20, 2024 9:06 PM | Droupadi Murmu | President Murmu
কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানালৈ ৰাষ্ট্ৰপতি মুৰ্মু
