ভাৰত আজি ওমানৰ মাস্কটত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনৰ সন্মুখীন হ’ব। ভাৰতে কালি জাপানক ৩-১ গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে চীনে দক্ষিণ কোৰিয়াক ৪-১ গলৰ ব্যৱধানত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰে।
Site Admin | December 15, 2024 11:51 AM | Asia Cup Hockey
ওমানত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত চীনৰ সন্মুখীন
