October 25, 2024 10:54 AM | VP Visit

printer

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় পৰহিলৈ গুৱাহাটীলৈ আহিব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পৰহিলৈ গুৱাহাটীত উপস্থিত হৈ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজ গুৱাহাটীৰ একবিংশ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তনত অংশ ল’ব। তেওঁ লগতে ৰাজভৱনলৈও যোৱাৰ কথা আছে ।

অধিক পঢ়ক

সকলো চাওক