ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পৰৱৰ্তী ৭ দিনত ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে গুজৰাট, মহাৰাষ্ট্ৰ আৰু পূৱ ৰাজস্থানত অহা দুদিনত মুষলধাৰ বৰষুণ হ’ব পাৰে বুলি প্ৰকাশ কৰিছে।
Site Admin | September 7, 2024 6:38 PM | IMD Alert | Weather alert
উত্তৰ-পূৰ্বাঞ্চলৰ ৭ ৰাজ্যত পৰৱৰ্তী ৭ দিনত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
