গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা কালি ৩২২ গৰাকী হজযাত্রী লৈ এখন বিশেষ বিমান সন্ধিয়া ৬ বজাত চৌদি আৰৱৰ জেদ্দা অভিমুখে ৰাওনা হয়। অসম তথা উত্তৰ-পূবৰ হজযাত্ৰীৰ এইবাৰৰ এই প্ৰথমটো দল লৈ বিমানখনে যাত্ৰা কৰে।
Site Admin | May 17, 2024 12:22 PM | Haj yatra
উত্তৰ-পূবৰ হজযাত্ৰীৰ এইবাৰৰ প্ৰথমটো দল চৌদি আৰৱৰ জেদ্দা অভিমুখে ৰাওনা
