উত্তৰ গুৱাহাটীৰ পৰা দক্ষিণপাৰৰ মহাবিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰোপৱেৰ টিকটত ৫০ শতাংশ ৰেহাই দিয়াৰ কথা ঘোষণা

গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধীকৰণে বান পৰিস্থিতিৰ প্ৰতি লক্ষা ৰাখি উত্তৰ গুৱাহাটীৰ পৰা দক্ষিণপাৰৰ মহাবিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰোপৱেৰ টিকটত ৫০ শতাংশ ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰাধীকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া আম্বামুথুন এম পিএ জাৰি কৰা নিৰ্দেশনা অনুসৰি বৈধ পৰিচয় পত্ৰ প্ৰদান কৰা ছাত্ৰ-ছাত্ৰীয়ে পৰৱৰ্তী ৩০ দিনৰ বাবে ৰোপৱেৰ টিকটত ৫০ শতাংশ ৰেহাই লাভ কৰিব।

অধিক পঢ়ক

সকলো চাওক