August 18, 2024 6:37 PM

printer

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌপাশে ৭ দিনৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা বলবৎ

কলকাতা আৰক্ষীয়ে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌপাশে বে-আইনী গতিবিধি ৰোধ কৰাৰ উদ্দেশ্যে অঞ্চলটোত আজিৰে পৰা ৭ দিনৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা বলবৎ কৰিছে। কলকাতা আৰক্ষীয়ে ১৪ আগষ্টৰ নিশা চিকিৎসা মহাবিদ্যালয়খনত সংঘটিত হিংসাত্মক ঘটনাৰ সংক্ৰান্তত ষ্টুডেণ্টছ ফেডাৰেছন অৱ ইণ্ডিয়াৰ দুগৰাকী নেতাক গ্ৰেপ্তাৰ কৰিছে ।

অধিক পঢ়ক

সকলো চাওক