আহমদ আবদুল্লাহ অল-আহমদ অল-ছাবাহ কুৱেইটৰ নতুন প্রধানমন্ত্ৰী হিচাপে নিযুক্তি

আহমদ আবদুল্লাহ অল-আহমদ অল-ছাবাহক কুৱেইটৰ নতুন প্রধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। বিগত ৭ এপ্ৰিলত দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ মহম্মদ অল-ছালেম অল-ছাবাহে পদত্যাগ কৰাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুনকৈ নিযুক্তি লাভ কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯৯৯ৰ পৰা ২০০৫ চনলৈ দেশখনত বিত্ত আৰু যোগাযোগ মন্ত্ৰী হিচাপে কাম কৰাৰ লগতে ২০০৬ৰ পৰা ২০১১ চনলৈ স্বাস্থ্য, তেল আৰু তথ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক