আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে মহিলাৰ টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ বাংলাদেশৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইলৈ স্থানান্তৰ কৰিছে। অৱশ্যে বাংলাদেশ এই সংস্কৰণৰ আনুষ্ঠানিক আয়োজক হৈ থাকিব। প্রতিযোগিতাৰ খেলসমূহ অহা ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ ডুবাই আৰু শ্বাৰজাহত অনুষ্ঠিত হ’ব।
Site Admin | August 21, 2024 3:00 PM | Cricket | T20
আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে মহিলাৰ টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ বাংলাদেশৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইলৈ স্থানান্তৰ
