আজি মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি। বৈষ্ণৱ ধৰ্ম তথা সত্ৰ সংস্কৃতিৰ অন্যতম প্ৰৱৰ্তক মহাপুৰুষ শ্ৰী আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰসমূহত এই তিথি পালন কৰিবলৈ লোৱা হৈছে। মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে মহাপুৰুষজনাই স্থাপন কৰা আদি সত্ৰ হিচাপে খ্যাত পাটবাউসী সত্ৰত ৭ দিনীয়াকৈ কীর্তন মহোৎসৱ পালন কৰা হৈছে।
Site Admin | May 8, 2024 11:53 AM | Damudar dev tithi
আজি মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি
