আজিৰে পৰা ৬ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া কৌটিল্য অর্থনৈতিক বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা ৬ অক্টোবৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া কৌটিল্য অর্থনৈতিক বৈঠকত অংশগ্ৰহণ কৰিব। এইবাৰৰ সন্মিলনে সেউজ পৰিৱৰ্তনৰ বিনিয়োগ, ভূ-অর্থনৈতিক বিভাজন, বিকাশ তথা স্থিতিস্থাপকতা আৰু সংৰক্ষণৰ বাবে নীতিগত পদক্ষেপ আদিৰ দৰে বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ সমিতি তথা নীতি নিৰ্ধাৰণকাৰী উভয়ে ভাৰতীয় অর্থনীতি আৰু গোলকীয় অৰ্থনীতিৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব। এই অর্থনৈতিক সন্মিলন বিত্ত মন্ত্ৰালয়ৰ অংশীদাৰিত্বত অর্থনৈতিক বিকাশ প্ৰতিষ্ঠানৰ দ্বাৰা আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক