August 31, 2024 5:23 PM | Jagdeep Dhankhar

printer

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ উত্তৰাখণ্ড ভ্ৰমণ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰাখণ্ড ভ্ৰমণ কৰিব। ভ্রমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ডেৰাডুনৰ ভাৰতীয় পেট্রোলিয়াম প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, বিজ্ঞানী আৰু ফেকাল্টিসকলৰ সৈতে মত-বিনিময় কৰিব। তেওঁ ডেৰাডুনৰ ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়ৰ লগতে এইমছ হৃষিকেশো ভ্ৰমণ কৰিব । তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰী আৰু ফেকাল্টিসকলৰ সৈতে মত বিনিময় কৰিব।

অধিক পঢ়ক

সকলো চাওক