May 12, 2024 8:11 PM | IPL Cricket

printer

আই পি এল ক্রিকেটঃ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৫ উইকেটত জয়ী চেন্নাই ছুপাৰ কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৪১ ৰাণ কৰিবলৈ সমৰ্থ হয়। প্ৰত্যুত্তৰত চেন্নাইয়ে ১৮ অভাৰ আৰু দুটা বলত ৫ উইকেট হেৰুৱাই ১৪৫ ৰাণ কৰে। ইফালে, বেংগালুৰুৰ এম. চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু, দেলহি কেপিটেলছৰ মুখামুখি হৈছে।

অধিক পঢ়ক

সকলো চাওক