ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা দুদিনত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে কেৰালা, মাহে, তামিলনাডু আৰু কৰ্ণাটকৰ দক্ষিণ অংশত ৫-৬ দিনলৈ বৰষুণ অব্যাহত থাকিব পাৰে বুলি প্ৰকাশ কৰিছে।
Site Admin | October 13, 2024 11:44 AM | IMD
অহা দুদিনত অসমকে ধৰি কেইবাখনো ৰাজ্যত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ আগলি বতৰা
