অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে কালি উজবেকিস্তানৰ বিৰুদ্ধে দুখন আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ খেলত অংশ ল’বলগীয়া ভাৰতীয় জ্যেষ্ঠ মহিলা দলটোৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। ২৩ জনীয়া দলটোত ৩ গৰাকী গলকিপাৰ, ৮ গৰাকী ডিফেণ্ডাৰ, ৮ গৰাকী মিড ফিল্ডাৰ আৰু ৪ গৰাকী ফৰৱাৰ্ড খেলুৱৈক স্থান দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন খেলুৱৈ লাংগাম চাওবা দেৱীক দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ঘোষণা কৰা হৈছে।
Site Admin | May 28, 2024 1:26 PM | Women's football
অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ খেলত অংশ ল’বলগীয়া ভাৰতীয় জ্যেষ্ঠ মহিলা দলটোৰ সদস্যসকলৰ নাম ঘোষণা
