মুখ্য বাতৰি
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈৰ পৰা তিনিদিনীয়া সূচীৰে তেলেংগানা, তামিলনাডু, ওড়িশা, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ; ভ্ৰমণকালত ১ লাখ ৬ হাজাৰ কোটি ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন            অসম বিকাশ যাত্ৰা কাৰ্যসূচীৰ প্ৰথম তিনিদিনত বৰপেটা, কামৰূপ মহানগৰ জিলা তথা বৰাক উপত্যকাত ৩,২৬০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ উন্নয়নমূলক প্রকল্প মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুকলি            বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ডিজিটীয় উদ্ভাৱণৰ অন্বেষণ বিষয়বস্তুৰে বিশ্ব বন্যপ্ৰাণী দিৱস পালন            বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰৰ কৃত্রিম বুদ্ধিমত্তা আৰু ডীপফেকৰ দৰে নতুন প্রযুক্তিসমূহৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষালৈ আহিব পৰা সম্ভাব্য বিপদৰ প্ৰতি সকীয়নি            সমগ্ৰ দেশতে তিনিদিনীয়াকৈ পালছ পলিঅ' প্রতিষেধক প্রদান কাৰ্যসূচী আৰম্ভ           

प्रादेशिक बातम्या

 

মাজুলীৰ মুখাশিল্প আৰু সাঁচিপাতৰ চিত্ৰ অংকণৰ জি আই টেগ লাভ

মাজুলীৰ মুখাশিল্প আৰু সাঁচিপাতৰ চিত্ৰ অংকণৰ জি আই টেগ লাভ
দীৰ্ঘদিনীয়া পৰীক্ষা-নিৰীক্ষা আৰু আবেদন প্ৰক্ৰিয়াৰ অন্তত মাজুলীৰ মুখাশিল্প আৰু সাঁচিপাতৰ চিত্ৰ অংকনলৈ ভৌগলিক স্বীকৃতি অর্থাৎ জিআই টেগ আগবঢ়োৱা হৈছে। অংকীয়া ভাওনাৰ অভিন্ন অংগ এই মুখা পৰম্পৰাৰ প্ৰতি আগবঢ়োৱা এই স্বীকৃতিয়ে মাজুলীৰ চামগুৰি সত্ৰকে ধৰি বৈষ্ণৱীয় পৰম্পৰাৰ মুখা শিল্পীসকললৈ আশাৰ বাতৰি কঢ়

উত্তৰ-পূব ভাৰত বোলছবি মহোৎসৱ আৰম্ভ

উত্তৰ-পূব ভাৰত বোলছবি মহোৎসৱ আৰম্ভ
উত্তৰ-পূব ভাৰত বোলছবি মহোৎসৱ আজি আৰম্ভ হৈছে। মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীয়ে ইম্ফলত এই মহোৎসৱৰ শুভাৰম্ভ কৰে। অহা ৭ মাৰ্চলৈকে চলিবলগীয়া এই মহোৎসৱত ১৭খন বোলছবি প্ৰদৰ্শন কৰা হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সৌজন্যত মণিপুৰৰ থৌনাই ৰাজ্যিক তথ্য আৰু জনসংযোগ বিভাগ, কলা আৰু সংস্কৃতি বিভাগ তথা ফিল

বোকাখাতত আজিৰে পৰা গুণীন্দ্ৰ নাথ ফুকন সোঁৱৰণি দ্বিতীয় বার্ষিক সদৌ অসম ভিত্তিক প্রাইজমানি টি টুৱেণ্টি ক্রিকেট প্রতিযোগিতা আৰম্ভ

বোকাখাতত আজিৰে পৰা গুণীন্দ্ৰ নাথ ফুকন সোঁৱৰণি দ্বিতীয় বার্ষিক সদৌ অসম ভিত্তিক প্রাইজমানি টি টুৱেণ্টি ক্রিকেট প্রতিযোগিতা আৰম্ভ
গোলাঘাট জিলাৰ বোকাখাতত আজিৰে পৰা গুণীন্দ্ৰ নাথ ফুকন সোঁৱৰণি দ্বিতীয় বার্ষিক সদৌ অসম ভিত্তিক প্রাইজমানি টি টুৱেণ্টি ক্রিকেট প্রতিযোগিতা আৰম্ভ হৈছে। বোকাখাত জিলা ক্রীড়া সন্থাৰ খেলপথাৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, প্রাক্তন ৰঞ্জী খেলুৱৈ জাভেদ জামান আৰু শুভ্রজিৎ শ‍ইকীয়াকে ধৰি ভালে

৮ মাৰ্চত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ উপলক্ষে ন-ৰূপেৰে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন

৮ মাৰ্চত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ উপলক্ষে ন-ৰূপেৰে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ৮ মাৰ্চত কাজিৰঙা ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখন ন-ৰূপত সজাই তোলা হৈছে। প্রধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ সমগ্ৰ গোলাঘাট জিলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। জানিব পৰা মতে ৮ মাৰ্চত বিয়লি কাজিৰঙাৰ কঁহৰাত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশা আৰক্ষী অতিথিশালা

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, অসমৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্রী অর্জুন মুণ্ডা

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, অসমৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্রী অর্জুন মুণ্ডা
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্রী অর্জুন মুণ্ডা কাইলৈ হ'বলগীয়া ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, অসমৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি, গৱেষণা আৰু উন্নয়নৰ প্ৰণালীবদ্ধ গৱেষণা, প্ৰশিক্ষণ প্রদান আদিৰ লক্ষ্যৰে এই প্ৰতিষ্ঠানটো গঢ়ি তোলা হৈছে। উল্লেখযোগ

গোৱালপাৰা জিলা ভিত্তিত আকাশবাণীৰ অংশকালীন Broadcast Assistant পদৰ বাবে জিলাখনৰ প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান

গোৱালপাৰা জিলা ভিত্তিত আকাশবাণীৰ অংশকালীন Broadcast Assistant পদৰ বাবে জিলাখনৰ প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান
গোৱালপাৰা জিলা ভিত্তিত আকাশবাণীৰ অনুষ্ঠান প্রস্তুতিৰ বাবে প্ৰয়োজন হোৱা অংশকালীন Broadcast Assistant পদৰ বাবে ইচ্ছুক অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। প্ৰাৰ্থী গোৱালপাৰা জিলাৰ বাসিন্দা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স ২১ৰ পৰা ৫০ বছৰৰ ভিতৰত হ'ব লাগিব আৰু ন্যূনতম শিক্ষাগত অৰ্হতা স্নাতক হ&

বিধায়ক ৰূপক শৰ্মাৰ নগাঁও-বটদ্ৰৱা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত লোকনিৰ্মাণ বিভাগৰ ১০টা অতি বিধবস্ত পথ পুনৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা

বিধায়ক ৰূপক শৰ্মাৰ নগাঁও-বটদ্ৰৱা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত লোকনিৰ্মাণ বিভাগৰ ১০টা অতি বিধবস্ত পথ পুনৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা
নগাঁও জিলাৰ বিধায়ক ৰূপক শৰ্মাই আজি মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি নগাঁও-বটদ্ৰৱা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা লোকনিৰ্মাণ বিভাগৰ ১০টাকৈ অতি বিধবস্ত পথ পুনৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। বিধায়কগৰাকীয়ে কেইবা কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া

গোৱালপাৰা জিলাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ কাম আৰম্ভ

গোৱালপাৰা জিলাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ কাম আৰম্ভ
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে মহিলা আত্মসহায়ক গোটৰ প্রায় ২ লাখ ৫০ হাজাৰ গৰাকী সদস্যাক উপকৃত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই আঁচনিৰ অংশ হিচাপে আজিৰে পৰা ৰাজ্যত প্ৰ-পত্ৰ বিতৰণৰ কাম আৰম্ভ কৰা হৈছে। গোৱালপাৰা চহৰৰ পৌৰসভা কার্যালয়তো আজিৰে পৰা প্ৰ-পত্ৰসমূহ প্ৰদান

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা আৰু মেঘালয়ৰ উত্তৰ গাৰো পাহাৰ জিলা প্রশাসনৰ মাজত সমন্বয়ৰক্ষী সভা

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা আৰু মেঘালয়ৰ উত্তৰ গাৰো পাহাৰ জিলা প্রশাসনৰ মাজত সমন্বয়ৰক্ষী সভা
সভাত লোকসভা নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত দুয়োখন জিলাৰ মাজত থকা ৰাজ্যিক সীমাৰ সুযোগ লৈ যাতে কোনেও নিৰ্বাচনত ব্যাঘাত জন্মাব নোৱাৰে সেই বিষয়ে আলোচনা কৰা হয়

ৰাজ্য চৰকাৰৰ বিকাশ যাত্ৰা কাৰ্যসূচীৰ অধীনত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে দৰং জিলাত কেইবাখনো আঁচনিৰ শিলান্যাস কৰে

ৰাজ্য চৰকাৰৰ বিকাশ যাত্ৰা কাৰ্যসূচীৰ অধীনত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে দৰং জিলাত কেইবাখনো আঁচনিৰ শিলান্যাস কৰে
মন্ত্ৰীগৰাকীয়ে দলগাওঁ, মঙলদৈ আৰু চিপাঝাৰ বিধানসভা সমষ্টিত কেইবাকোটি টকা ব্যয় সাপেক্ষে কেইবাখনো আঁচনিৰ শিলান্যাস কৰে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1