মুখ্য বাতৰি
অসম বিকাশ যাত্ৰা কাৰ্যসূচীৰ প্ৰথম তিনিদিনত বৰপেটা, কামৰূপ মহানগৰ জিলা তথা বৰাক উপত্যকাত ৩,২৬০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ উন্নয়নমূলক প্রকল্প মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুকলি            বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ডিজিটীয় উদ্ভাৱণৰ অন্বেষণ বিষয়বস্তুৰে বিশ্ব বন্যপ্ৰাণী দিৱস পালন            বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰৰ কৃত্রিম বুদ্ধিমত্তা আৰু ডীপফেকৰ দৰে নতুন প্রযুক্তিসমূহৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষালৈ আহিব পৰা সম্ভাব্য বিপদৰ প্ৰতি সকীয়নি            সমগ্ৰ দেশতে তিনিদিনীয়াকৈ পালছ পলিঅ' প্রতিষেধক প্রদান কাৰ্যসূচী আৰম্ভ            বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া           

राष्ट्रीय बातम्या

 

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নতুন দিল্লীত আলোকস্তম্ভ ফটো প্ৰদৰ্শনী মুকলি

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নতুন দিল্লীত আলোকস্তম্ভ ফটো প্ৰদৰ্শনী মুকলি
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত আলোকস্তম্ভ ফটো প্ৰদৰ্শনী মুকলি কৰে। বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ্যালয়ৰ অধীনৰ আলোকস্তম্ভ আৰু আলোকস্তম্ভ বহনকাৰী জাহাজ সঞ্চালকালয়ে এই চাৰিদিনীয়া প্ৰদৰ্শনীৰ আয়োজন কৰিছে। আলোকস্তম্ভ পর্যটনত উদগনি যোগোৱাই এই প্

নাগালেণ্ডত পালচ পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ

নাগালেণ্ডত পালচ পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ
ৰাষ্ট্ৰজোৰা পালচ পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অংশ হিচাপে নাগালেণ্ডতো জন্মৰ পৰা ৫ বছৰ বয়সৰ ১ লাখ ৫৫ হাজাৰ শিশুক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কহিমাৰ চিখাজৌৰ নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰাজ্যিক পৰ্যায়ৰ পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান মুকলি কৰি নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয

ৰাষ্ট্ৰীয় লোক দল আৰ এল ডিৰ বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রজোঁটত চামিল

ৰাষ্ট্ৰীয় লোক দল আৰ এল ডিৰ বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রজোঁটত চামিল
ৰাষ্ট্ৰীয় লোক দল আৰ এল ডিয়ে আনুষ্ঠানিকভাৱে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রজোঁটত যোগ দিছে। আৰ এল ডিৰ মুৰববী জয়ন্ত সিঙে কালি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰাৰ পাছত তেওঁৰ দলটো আনুষ্ঠানিকভাৱে এন ডি এ মিত্ৰজোঁটত চামিল হোৱাৰ কথা ঘোষণ

বিহাৰৰ ঔৰংগাবাদত ২১ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

বিহাৰৰ ঔৰংগাবাদত ২১ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰীয়ে নমামী গংগে আঁচনিৰ অধীনত ২,১৯০ কোটিৰো অধিক টকাৰ ১২ টা প্রকল্প মুকলি কৰে। ইয়াৰে ভিতৰত পাটনা, সোণপুৰ, ন’গচ্ছিয়া আৰু চাপ্ৰাৰ পয়-প্ৰণালী নিষ্কাশন প্রকল্প অন্যতম।

ভাৰত বিৰোধী ষড়যন্ত্ৰৰ সৈতে জড়িত নিজামবাদ পি এফ আই গোচৰৰ পলাতক অভিযুক্তক গ্ৰেপ্তাৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ

ভাৰত বিৰোধী ষড়যন্ত্ৰৰ সৈতে জড়িত নিজামবাদ পি এফ আই গোচৰৰ পলাতক অভিযুক্তক গ্ৰেপ্তাৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ
পি এফ আই তেলেংগানা নৰ্থৰ পপুলাৰ ফ্ৰণ্ট অব্ ইণ্ডিয়াৰ ৰাজ্যিক সচিব আব্দুল ছালিম এই গোচৰত গ্ৰেপ্তাৰ হোৱা ১৫ সংখ্যক অভিযুক্ত।

দিল্লীত কেন্দ্র, ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰ আৰু ত্ৰিপা মোথা নামেৰে জনপ্রিয় খিলঞ্জীয়া প্ৰগতিশীল আঞ্চলিক মিত্ৰজোঁটৰ মাজত ত্রিপাক্ষিক চুক্তি স্বাক্ষৰ

দিল্লীত কেন্দ্র, ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰ আৰু ত্ৰিপা মোথা নামেৰে জনপ্রিয় খিলঞ্জীয়া প্ৰগতিশীল আঞ্চলিক মিত্ৰজোঁটৰ মাজত ত্রিপাক্ষিক চুক্তি স্বাক্ষৰ
এটা সৰ্বসন্মত সমাধান নিশ্চিত কৰিবলৈ পাৰস্পৰিকভাৱে চুক্তিবদ্ধ হোৱা বিষয়সমূহ সময় সীমাবদ্ধভাৱে কাম কৰি কাৰ্যকৰী কৰিবলৈ এটা যৌথ কৰ্মগোট গঠন কৰাৰ সহমতত উপনীত হয়।

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ১৯৫ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিজেপিৰ

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ১৯৫ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিজেপিৰ
তালিকাখনত ২৮ গৰাকী মহিলা, ৪৭ গৰাকী যুৱ, ২৭ গৰাকী অনুসূচিত জাতি, ১৮ গৰাকী অনুসূচিত জনজাতি আৰু ৫৭ গৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ নাম আছে।

পশ্চিমবংগৰ নাদিয়া জিলাৰ কৃষ্ণনগৰৰ পৰা ১৫ হাজাৰ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীৰ

পশ্চিমবংগৰ নাদিয়া জিলাৰ কৃষ্ণনগৰৰ পৰা ১৫ হাজাৰ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত ৯৪০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ চাৰিটা ৰে'ল প্ৰকল্পও ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে।

ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান ৩১ মাৰ্চত ৰাইজৰ বাবে মুকলি

ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান ৩১ মাৰ্চত ৰাইজৰ বাবে মুকলি
ইচ্ছ্যুক দৰ্শনাৰ্থীয়ে নিৰ্দিষ্ট ৱেবছাইটত উদ্যানখন ভ্ৰমণৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।

ঝাৰখণ্ডৰ ৰাঁচীত অহা ৪ আৰু ৫ মাৰ্চত অনুসূচীত অলেকা সম্প্ৰসাৰণ সম্পৰ্কীয় পঞ্চায়ত আইন চমুকৈ পেছাৰ আঞ্চলিক সন্মিলন

ঝাৰখণ্ডৰ ৰাঁচীত অহা ৪ আৰু ৫ মাৰ্চত অনুসূচীত অলেকা সম্প্ৰসাৰণ সম্পৰ্কীয় পঞ্চায়ত আইন চমুকৈ পেছাৰ আঞ্চলিক সন্মিলন
সন্মিলনখনিৰ উদ্দেশ্য হৈছে পেছা ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ বিকাশ তথা অপ্রগতি সন্দৰ্ভত মূল্যায়ণ কৰা।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1