মুখ্য বাতৰি
অসম বিকাশ যাত্ৰা কাৰ্যসূচীৰ প্ৰথম তিনিদিনত বৰপেটা, কামৰূপ মহানগৰ জিলা তথা বৰাক উপত্যকাত ৩,২৬০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ উন্নয়নমূলক প্রকল্প মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুকলি            বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ডিজিটীয় উদ্ভাৱণৰ অন্বেষণ বিষয়বস্তুৰে বিশ্ব বন্যপ্ৰাণী দিৱস পালন            বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰৰ কৃত্রিম বুদ্ধিমত্তা আৰু ডীপফেকৰ দৰে নতুন প্রযুক্তিসমূহৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষালৈ আহিব পৰা সম্ভাব্য বিপদৰ প্ৰতি সকীয়নি            সমগ্ৰ দেশতে তিনিদিনীয়াকৈ পালছ পলিঅ' প্রতিষেধক প্রদান কাৰ্যসূচী আৰম্ভ            বিশ্বই সামর্থ্য আৰু মানৱীয় প্ৰমূল্যৰাজিৰ বাবে ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্রী ড° মনসুখ মন্দাভিয়া           

विविध बातम्या

 

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ শেহতীয়া পইণ্ট তালিকাত ভাৰতীয় পুৰুষ ক্রিকেট দলটোৰ প্রথম স্থান দখল

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ শেহতীয়া পইণ্ট তালিকাত ভাৰতীয় পুৰুষ ক্রিকেট দলটোৰ প্রথম স্থান দখল
ভাৰতীয় পুৰুষ ক্রিকেট দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ শেহতীয়া পইণ্ট তালিকাত নিউজিলেণ্ডক চেৰ পেলাই প্রথম স্থান দখল কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই চি চিয়ে আজি বিশ্ব টেষ্ট ক্রিকেট চেম্পিয়নশ্বিপৰ সংশোধিত পইণ্ট তালিকা জাৰি কৰিছে। সেই অনুসাৰে অষ্ট্ৰেলিয়াই ৱেলিংটন টেষ্টত নিউজিলেণ্ডৰ বিৰুদ্ধ

৯ মাৰ্চত পাকিস্তানৰ ৰাষ্ট্ৰপতি নির্বাচন

৯ মাৰ্চত পাকিস্তানৰ ৰাষ্ট্ৰপতি নির্বাচন
পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰী আৰু পাতুন্‌খোৱা মিল্লি আৱামী পাৰ্টীৰ মুৰববী মেহমুদ আছাকজাইয়ে দেশখনৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্র দাখিল কৰিছে। শ্ৰীজৰ্দাৰীয়ে পাকিস্তান পিপলছ পাৰ্টী আৰু পাকিস্তান মুছলিম লীগ নৱাজ দলৰ যুটীয়া প্ৰাৰ্থী হিচাপে তথা শ্রীআছাকজাইয়ে ছুন্নী ইউহা

সন্ধিয়া ৭.৩০ বজাত মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেটত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

সন্ধিয়া ৭.৩০ বজাত মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেটত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব
যোৱানিশা একেখন ষ্টেডিয়ামতে অনুষ্ঠিত এখন খেলত গুজৰাট জায়েণ্টছক ৬ উইকেটত পৰাস্ত কৰে। ইউ পি ৱাৰিয়ছে ১৪৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৫ অভাৰ আৰু ৪টা বলত চাৰিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।

ভাৰতৰ য়ুকি ভাম্ব্ৰি আৰু নেডাৰলেণ্ডছৰ ৰবীন হাছেৰ যুটি এটিপি ডুবাই অ'পেন টেনিছ প্ৰতিযোগিতাৰ পৰা বাহিৰ

ভাৰতৰ য়ুকি ভাম্ব্ৰি আৰু নেডাৰলেণ্ডছৰ ৰবীন হাছেৰ যুটি এটিপি ডুবাই অ'পেন টেনিছ প্ৰতিযোগিতাৰ পৰা বাহিৰ
ভাৰতৰ য়ুকি ভাম্ব্ৰি আৰু নেডাৰলেণ্ডছৰ ৰবীন হাছেৰ যুটিটো এ টি পি ডুবাই অ'পেন টেনিছ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।

গুৱাহাটী অনুষ্ঠিত চতুর্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ সামৰণি, শীৰ্ষস্থানত চণ্ডীগড় বিশ্ববিদ্যালয়

গুৱাহাটী অনুষ্ঠিত চতুর্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ সামৰণি, শীৰ্ষস্থানত চণ্ডীগড় বিশ্ববিদ্যালয়
পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী অনুষ্ঠিত চতুর্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ বৃহস্পতিবাৰে সফল সামৰণি পৰিছে।

অৰুণাচলত অনুষ্ঠিত সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ অসম-গোৱাৰ মাজৰ খেল ড্ৰ’

অৰুণাচলত অনুষ্ঠিত সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ অসম-গোৱাৰ মাজৰ খেল ড্ৰ’
অৰুণাচল প্ৰদেশৰ য়ুপিয়াৰ গ'ল্ডেন জুবিলী ষ্টেডিয়ামত অনুষ্ঠিত সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ আজি অনুষ্ঠিত লীগৰ এখন খেলত অসমে গোৱাৰ বিৰুদ্ধে ৩-৩ গ'লৰ ব্যৱধানত ড্ৰ’ খেলি পইণ্ট ভগাই লয়।

নাগপুৰত অনুষ্ঠিত সৰ্বভাৰতীয় আৰক্ষী ক্রীড়া সমাৰোহত যোৰহাটৰ আৰক্ষী উপ-অধীক্ষক বাৰ্ডি বড়োৰ ৪টা পদক লাভ

নাগপুৰত অনুষ্ঠিত সৰ্বভাৰতীয় আৰক্ষী ক্রীড়া সমাৰোহত যোৰহাটৰ আৰক্ষী উপ-অধীক্ষক বাৰ্ডি বড়োৰ ৪টা পদক লাভ
নাগপুৰত অনুষ্ঠিত সৰ্বভাৰতীয় আৰক্ষী ক্রীড়া সমাৰোহত যোৰহাট জিলা আৰক্ষীৰ উপ অধীক্ষক বাৰ্ডি বড়োৱে টেবল টেনিছ প্রতিযোগিতাত ৪টাকৈ পদক পাবলৈ সক্ষম হৈছে।

ভাৰতৰ আকৰ্ষি কাশ্যপ আৰু সতীশ কুমাৰ কৰুণাকৰণ জার্মান অ’পেন বেডমিণ্টনৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত

ভাৰতৰ আকৰ্ষি কাশ্যপ আৰু সতীশ কুমাৰ কৰুণাকৰণ জার্মান অ’পেন বেডমিণ্টনৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত
ভাৰতৰ আকৰ্ষি কাশ্যপ আৰু সতীশ কুমাৰ কৰুণাকৰণ মূলহেমত অনুষ্ঠিত জার্মান অ’পেন বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

ৰঞ্জী ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ ৭৮ বছৰীয়া ইতিহাসত মুম্বাইৰ টনুষ কটিয়ান আৰু তুষাৰ দেশপাণ্ডে দশম আৰু একাদশ স্থানৰ খেলুৱৈ হিচাপে শতক অৰ্জনেৰে অভিলেখ

ৰঞ্জী ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ ৭৮ বছৰীয়া ইতিহাসত মুম্বাইৰ টনুষ কটিয়ান আৰু তুষাৰ দেশপাণ্ডে দশম আৰু একাদশ স্থানৰ খেলুৱৈ হিচাপে শতক অৰ্জনেৰে অভিলেখ
১৯৪৬ চনত অ’ভেলত ছাৰীৰ বিৰুদ্ধে অনুষ্ঠিত খেলত ভাৰতৰ হৈ চাণ্ডু ছাৰৱাটে আৰু শ্বুটে বেনাৰ্জীয়ে প্ৰথমবাৰৰ বাবে এই কৃতিত্ব অর্জন কৰিছিল।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1