মুখ্য বাতৰি
ডুন বিশ্ববিদ্যালয়ৰ তৃতীয় বাৰ্ষিক সমাৱৰ্তন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱৰ অংশগ্ৰহণ            প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীসকলক ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান            বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত আজি ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন            অসম মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত ৰণোজ পেগুৰ অংশগ্ৰহণ            বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ আজি আৰম্ভ           

Nov 23, 2022
7:34PM

২৬ নৱেম্বৰত সংবিধান দিৱস পালনৰ সিদ্ধান্ত অসম চৰকাৰৰ

File Photo
অসম চৰকাৰে অহা ২৬ নৱেম্বৰত সংবিধান দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে এখন অধিসূচনা যোগে এই বিষয়ে প্ৰকাশ কৰে। এই উপলক্ষে সেইদিনা সকলো চৰকাৰী কার্যালয়, শিক্ষানুষ্ঠান, স্বায়ত্ত শাসিত সংস্থা, অনুষ্ঠান-প্রতিষ্ঠান আদিত দিনৰ ১১ বজাত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰিবলৈ আহ্বান জনোৱা হৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1