A-
A
A+
সৰ্বশেষ :
Sep 26 2023 9:55PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক
          
এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ
          
এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
          
গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
          
ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ
          
Jun 08, 2023
,
8:11PM
১৯ জুনৰ পৰা মহাৰাষ্ট্ৰৰ পুনেত চতুৰ্থ G20-ৰ শিক্ষাকৰ্মী গোটৰ বৈঠক অনুষ্ঠিত
AIR
চতুৰ্থ G20-ৰ শিক্ষাকৰ্মী গোটৰ বৈঠক অহা ১৯ জুনৰ পৰা মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যৰ বিদ্যালয় আৰু জিলা পৰ্যায়ত ১ জুনৰ পৰা ১৫ জুনলৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মৰিগাঁও জিলাত সমদল, আবৃত্তি, কাহিনী কোৱা প্ৰতিযোগিতা, কুইজ আৰু শিশুৰ সাংখ্যিক আৰু সাক্ষৰতা আহৰণত পিতৃ-মাতৃৰ ভূমিকা সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীৰ জৰিয়তে অভিভাৱক, বিদ্যালয় কর্তৃপক্ষ, কর্মীগোট, বিদ্যালয়সমূহে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত বিদ্যালয় পর্যায়ত প্রাথমিক শিক্ষা, মাতৃভাষাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা বিদ্যালয় পৰ্যায়লৈ ৰাজহুৱা অংশগ্রহণ কাৰ্যসূচীৰ জৰিয়তে সাক্ষৰতা আৰু সংখ্যাৰ ভিন্নতাৰ ওপত সজাগতা বৃদ্ধিৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
আনুসংগিক বাতৰি
দিল্লীত অনুষ্ঠিত জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰীসকলৰ শীৰ্ষ বৈঠক
জি-টুৱেণ্টি সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ
জি-২০ শীৰ্ষ সন্মিলনৰ অন্যতম স্থান হিচাপে গুৱাহাটীকো বাছনি কৰিবলৈ বিদেশ মন্ত্ৰী এছ জয়শংকৰক মুখ্যমন্ত্ৰীৰ আহ্বান
জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ বৈঠকত বাংলাদেশক অতিথি ৰাষ্ট্ৰ হিচাপে আমন্ত্ৰণ
জি-টুৱেণ্টি শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে স্বদেশৰ পৰা ৰাওনা
জি-টুৱেণ্টি শীৰ্ষ সন্মিলনত বিশ্বৰ কেইবাখনো দেশৰ নেতাৰ সৈতে প্ৰধানমন্ত্ৰী আলোচনাত মিলিত
ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ
উদয়পুৰত কাইলৈৰ পৰা ৭ ডিচেম্বৰলৈকে প্ৰথম জি-টুৱেণ্টী শ্বেৰ্পা বৈঠক অনুষ্ঠিত
জি-টুৱেণ্টি অধ্যক্ষতাৰ বিষয় লৈ ৰাজনৈতিক দলৰ মুৰব্বীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
অহা জানুৱাৰীৰ পৰা জি-20 অধীনত বিভিন্ন বিষয়ত১১খন বৈঠক উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত হ'ব
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1