মুখ্য বাতৰি
পিএফআই আৰু সহযোগী সংগঠনৰ বিৰুদ্ধে বে-আইনী কার্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ            উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ সকলো মহিলাৰে সুৰক্ষিত আৰু বৈধ গর্ভপাত কৰাৰ অধিকাৰ আছে            জ্যেষ্ঠ অধিবক্তা আৰ ভেংকটৰমনীক দেশৰ নতুন এটৰ্নী জেনেৰেল হিচাপে নিযুক্তি            জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত যোৱা ৮ ঘণ্টাত দুটাকৈ বোমা বিস্ফোৰণ            চুৰাটত ৩,৪০০ কোটিৰো অধিক টকাৰে কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ           

Sep 15, 2022
7:06PM

১৭ বছৰ অনুৰ্ধৰ ফিফা মহিলা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বাবে নিশ্চিতপত্ৰত স্বাক্ষৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

File Photo
১৭ বছৰ অনুৰ্ধৰ ফিফা মহিলা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আয়োজনৰ বাবে নিশ্চিতপত্ৰত স্বাক্ষৰ প্ৰস্তাৱত কেবিনেটে অনুমোদন জনাইছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কয় যে, অহা ১৮ৰ পৰা ৩০ অক্টোবৰ পৰ্যন্ত ভাৰতে এই প্ৰতিযোগিতাৰ আয়োজন কৰিব। নৱী মুম্বাই, গোৱা আৰু ভূৱনেশ্বৰত এই প্ৰতিযোগিতাৰ খেলসমূহ খেলোৱা হ’ব। প্ৰতিযোগিতাত ১৬ খন দেশে অংশগ্ৰহণ কৰিব। শ্ৰীঠাকুৰে কয় যে, ২০১৭ চনত ভাৰতে ১৭ বছৰ অনুৰ্ধৰ ফিফা পুৰুষ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিছিল।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1