A-
A
A+
সৰ্বশেষ :
Sep 26 2023 9:55PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক
          
এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ
          
এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
          
গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
          
ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ
          
Jun 08, 2023
,
6:13PM
সন্ত্রাসবাদীলৈ পুঁজি যোগান ৰোধ কৰাত জম্মু-কাশ্মীৰৰ বৃহৎ সাফল্য অর্জন
AIR
জম্মু-কাশ্মীৰৰ ৰাজ্যিক অনুসন্ধান সংস্থা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ কাৰ্যবাহী শাখাই সন্ত্রাসবাদীলৈ পুঁজি যোগানৰ ঘটনা ৰোধ কৰাত বৃহৎ সাফল্য অর্জন কৰিছে। সুৰক্ষা বাহিনীয়ে এতিয়ালৈকে জম্মু-কাশ্মীৰৰ ৮৬টা স্থানৰ ১২৪টা সম্পত্তি, মাটি আৰু অট্টালিকা বাজেয়াপ্ত কৰিছে। আৰক্ষীৰ মতে তদন্তৰ সময়ত এই সম্পত্তিসমূহ সন্ত্রাসবাদমূলক কাম কাজৰ বাবে ব্যৱহাৰ কৰা কথা পোহৰলৈ আহিছে।
অবৈধ কার্যকলাপ প্ৰতিৰোধ আইনৰ ৮ আৰু ২৫ নম্বৰ ধাৰাৰ অধীনত SIA আৰু আৰক্ষীৰ কার্যবাহী শাখাই এই বাজেয়াপ্ত সম্পত্তিসমূহ জব্দ কৰাৰ বাবে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
আনুসংগিক বাতৰি
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1