A-
A
A+
সৰ্বশেষ :
Apr 1 2023 8:59PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ
          
খানাপাৰাত স্থাপন কৰা সোণালী ৰেচম উদ্যান আৰু বাণিজ্যিক কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ
          
স্বচ্ছ ভাৰত অভিযানলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্রীয় শাসিত অঞ্চলৰ বাসিন্দাসকলক প্ৰশংসা প্রধানমন্ত্ৰীৰ
          
শিলিগুৰিত আজিৰে পৰা ৩দিনীয়া কাৰ্যসূচীৰে জি-২০ পৰ্যটন কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক
          
গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত জি-২০ দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কাৰ্যগোটৰ প্রথমলানি বৈঠক
          
Feb 02, 2023
,
6:38PM
সংসদৰ উভয় সদনত ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা
AIR
লোকসভা আৰু ৰাজ্যসভাত আজি সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত দিয়া ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। লোকসভাত সাংসদ চন্দ্রপ্রকাশ যোশীয়ে ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰিব আৰু উদয় প্রতাপ সিঙে প্ৰস্তাৱটোৰ প্ৰতি সমর্থন আগবঢ়াব। একেদৰে, ৰাজ্যসভাত কে লক্ষ্মণে এই প্ৰস্তাৱ উত্থাপন কৰিব আৰু প্ৰকাশ জাৱড়েকাৰে প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবঢ়াব।
আনুসংগিক বাতৰি
সংসদৰ উভয় সদনত বাজেট সন্দৰ্ভত পুনৰ আলোচনা
সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্ৱে সংসদ ভৱনত সৰ্বদলীয় বৈঠক
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1