মুখ্য বাতৰি
খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া সমাৰোহৰ পুৰুষৰ ফুটবলত কালিকট বিশ্ববিদ্যালয়ৰ চেম্পিয়নৰ খিতাপ অৰ্জন            দেশৰ বাবে মোৰ প্ৰথমটো ভোট অভিযানৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ সকলো শ্ৰেণীৰ জনসাধাৰণলৈ প্রধানমন্ত্ৰীৰ আহ্বান            তিৱনন্তপুৰত প্রায় ১৮০০ কোটি টকা ব্যয়সাপেক্ষ ৩টা মহাকাশ আন্তঃগাঁঠনি প্রকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ            দিনজোৰা কাৰ্যসূচীৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ মৰিগাঁও ভ্ৰমণ            মাজুলীত বসুন্ধৰা আঁচনিৰ অধীনত ১০,৯৩২ হিতাধিকাৰীক ডিজিটেল ভূমিপট্টা বিতৰণ মুখ্যমন্ত্ৰীৰ           

Feb 02, 2023
6:38PM

সংসদৰ উভয় সদনত ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা

AIR
লোকসভা আৰু ৰাজ্যসভাত আজি সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত দিয়া ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। লোকসভাত সাংসদ চন্দ্রপ্রকাশ যোশীয়ে ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰিব আৰু উদয় প্রতাপ সিঙে প্ৰস্তাৱটোৰ প্ৰতি সমর্থন আগবঢ়াব। একেদৰে, ৰাজ্যসভাত কে লক্ষ্মণে এই প্ৰস্তাৱ উত্থাপন কৰিব আৰু প্ৰকাশ জাৱড়েকাৰে প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবঢ়াব।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1