মুখ্য বাতৰি
পিএফআই আৰু সহযোগী সংগঠনৰ বিৰুদ্ধে বে-আইনী কার্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ            উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ সকলো মহিলাৰে সুৰক্ষিত আৰু বৈধ গর্ভপাত কৰাৰ অধিকাৰ আছে            জ্যেষ্ঠ অধিবক্তা আৰ ভেংকটৰমনীক দেশৰ নতুন এটৰ্নী জেনেৰেল হিচাপে নিযুক্তি            জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত যোৱা ৮ ঘণ্টাত দুটাকৈ বোমা বিস্ফোৰণ            চুৰাটত ৩,৪০০ কোটিৰো অধিক টকাৰে কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ           

Sep 20, 2022
7:01PM

শেহতীয়া ২৪ ঘণ্টাত দেশত ১৩লাখ ১০ হাজাৰৰো অধিক পালি কোৱিডৰ প্ৰতিষেধক প্ৰদান

File Photo
ৰাষ্ট্ৰজোৰা কোৱিড প্ৰতিষেধক অভিযানৰ অধীনত এতিয়ালৈকে ২১৬ কোটি ৮৩ লাখৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। শেহতীয়া ২৪ ঘণ্টাত ১৩লাখ ১০ হাজাৰৰো অধিক পালি প্ৰতিষেধক দিয়া হৈছে। আনহাতে, বৰ্তমান কোডিৰ পৰা আৰোগ্যৰ হাৰ ৯৮ দশমিক ৭১ শতাংশ হৈছে। শেহতীয়াকৈ ২৪ ঘণ্টাত ৪ হাজাৰ গৰাকী লোকে কোৱিডৰ পৰা আৰোগ্য লাভ কৰিছে। ইয়াকে ধৰি বৰ্তমানলৈকে ৪ কোটি ৩৯ লাখ ৬৭ হাজাৰৰো অধিক লোকে কোৱিভৰ পৰা আৰোগ্য লাভ কৰিছে। ইপিনে, শেহতীয়া ২৪ ঘণ্টাত ৪,৯০০ গৰাকী লোক নতুনকৈ কোৱিডত আক্ৰান্ত হৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1