মুখ্য বাতৰি
ডুন বিশ্ববিদ্যালয়ৰ তৃতীয় বাৰ্ষিক সমাৱৰ্তন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱৰ অংশগ্ৰহণ            প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীসকলক ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান            বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত আজি ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন            অসম মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত ৰণোজ পেগুৰ অংশগ্ৰহণ            বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ আজি আৰম্ভ           

Nov 24, 2022
7:21PM

ল’ৰেঞ্চে বিষ্ণয়ক সিন্ধু মুছেৱালাৰ হত্যাৰ গোচৰত ১০ দিনৰ বাবে এন আই এ-ৰ জিম্মালৈ প্ৰেৰণ দিল্লীৰ আদালতৰ

File Photo
দিল্লীৰ এখন আদালতে আজি ল’ৰেঞ্চে বিষ্ণয়ক সিন্ধু মুছেৱালাৰ হত্যাৰ গোচৰত ১০ দিনৰ বাবে ৰাষ্ট্ৰীয় তদন্ত সংস্থা অর্থাৎ এন আই এ-ৰ জিম্মাত পঠিয়াইছে। সিন্ধু হত্যাৰ ঘটনাত বিষয়ক মূল ষড়যন্ত্ৰকাৰী বুলি অভিহিত কৰা হৈছে। এন আই এই ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰা কাৰ্যক জড়িত থকাৰ সন্দেহেৰে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। বিষ্ণয়ৰ বিৰুদ্ধে বে-আইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
        সংস্থাটোৱে ভাটিণ্ডা কাৰাগাৰৰ পৰা বিষ্ণয়ক আটক কৰিছে। পুর্বে বিষ্ণয় পঞ্জাব আৰক্ষীৰ জিম্মাত আছিল।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1