মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

May 08, 2021
4:49PM

যোৱা ২৪ ঘণ্টাত ২২ লাখ ৯৭ হাজাৰতকৈও অধিক হিতাধিকাৰীক কোৱিড প্ৰতিষেধক প্ৰদান

সমগ্ৰ দেশৰ হিতাধিকাৰী সকলক এতিয়ালৈকে কোৱিড প্ৰতিষেধকৰ ১৬ কোটি ৭৩ লাখতকৈও অধিক পালি প্ৰদান কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ২২ লাখ ৯৭ হাজাৰতকৈও অধিক হিতাধিকাৰীয়ে কোৱিড প্ৰতিষেধক গ্ৰহণ কৰে।
ৰাষ্ট্ৰজুৰি অব্যাহত থকা প্ৰতিষেধক প্ৰদান অভিযানৰ তৃতীয় পৰ্যায়ত বৰ্তমানলৈকে ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ১৪ লাখ ৮৮ হাজাৰতকৈও অধিক হিতাধিকাৰীয়ে প্ৰথম পালি লাভ কৰিছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8