মুখ্য বাতৰি
ডুন বিশ্ববিদ্যালয়ৰ তৃতীয় বাৰ্ষিক সমাৱৰ্তন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱৰ অংশগ্ৰহণ            প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীসকলক ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান            বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত আজি ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন            অসম মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত ৰণোজ পেগুৰ অংশগ্ৰহণ            বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ আজি আৰম্ভ           

Nov 23, 2022
7:35PM

যোৰহাট জিলাত ধঁপাত নিয়ন্ত্রণ কোষৰ সভা সম্পন্ন

File Photo
যোৰহাট জিলাৰ ২৮ নম্বৰ মেলেং বালিচাপৰি গাঁও পঞ্চায়তৰ উদ্যোগত আজি সন্দিকৈ গাঁৱৰ ৰংগমঞ্চত যোৰহাট জিলা ধঁপাত নিয়ন্ত্রণ কোষৰ এখন সভা অনুষ্ঠিত হয়। ধঁপাত জাতীয় সামগ্ৰীৰ অপকাৰিতা শীৰ্ষক সভাখনত সমাজকর্মী তথা যোৰহাট জিলা ধঁপাত নিয়ন্ত্রণ কোষৰ সদস্য জগন্নাথ অগ্নি বৰাই ধঁপাত জাতীয় সামগ্ৰীৰ অপকাৰিতা সম্পর্কে ভাষণ দিয়ে। সভাত গাঁও পঞ্চায়তৰ সভাপতিসহ শতাধিক মহিলা আৰু গাঁওপ্রধান তথা আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1