মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক            এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ            এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং            গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল            ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ           

Jun 05, 2023
8:22PM

মণিপুৰত ইউনাইটেড কুকি লিবাৰেচন আৰ্মীৰ শিবিৰ উৎখাত

AIR
মণিপুৰত নিৰাপত্তা বাহিনীৰ যৌথ দলে চাণ্ডেল আৰু কাকিচং জিলাৰ কাষৰীয়া অঞ্চল নাজাৰেখত অৱস্থিত ইউনাইটেড কুকি লিবাৰেচন আৰ্মীৰ শিবিৰ উৎখাত কৰিছে। নিৰাপত্তা বাহিনীৰ এটা যৌথ দল কালি ঘটনাস্থলীত উপস্থিত হয় আৰু নাজাৰেখ শিবিৰৰ কাষত বহুসময় ধৰি তীব্ৰ গুলিয়াগুলি সংঘটিত হয়। বিয়লিৰ ভাগলৈ নিৰাপত্তা বাহিনীয়ে শিবিৰৰ পৰা সন্দেহযুক্ত কুকি উগ্ৰপন্থীক উলিয়াই আনিবলৈ সক্ষম হয়। ইফালে, ইম্ফল পশ্চিম জিলাৰ অন্তৰ্গত ফায়েং গাঁৱৰ সমীপতো গুলিচালনাৰ ঘটনা সংঘটিত হৈ আছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1