মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 04, 2022
8:07PM

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ আজি তৃতীয় তথা অন্তিমখন খেল

T-20
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত ইতিমধ্যে আৰম্ভ হৈছে।
        টছত জিকি ভাৰতে দক্ষিণ আফ্ৰিকাক বেটিং কৰাৰ আমন্ত্ৰণ জনায়। এই বাতৰি যুগুতোৱাৰ পৰলৈকে দক্ষিণ আফ্ৰিকাই ১৩ অভাৰত ২টা উইকেটৰ বিনিময়ত ১২৫ ৰান সংগ্ৰহ কৰিছে।
        ভাৰতে দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত দ্বিতীয়খন খেলত দক্ষিণ আফ্ৰিকাক ১৬ ৰাণত পৰাস্ত কৰি ইতিমধ্যে এই তিনিখনীয়া ক্রিকেট শৃংখলাত ২-০ ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1