মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

May 10, 2021
5:51PM

ভাৰতীয় ৰে’লৰ বিভিন্ন ৰাজ্যলৈ প্ৰায় ৪ হাজাৰ ২ শ টন তৰল অক্সিজেনৰ যোগান

AIR
ভাৰতীয় ৰে’লে এতিয়ালৈ দেশৰ বিভিন্ন ৰাজ্যলৈ প্ৰায় ৪ হাজাৰ ২ শ টন চিকিৎসাৰ বাবে প্ৰয়োজনীয় তৰল অক্সিজেনৰ যোগান ধৰিছে। ৰে’ল মন্ত্ৰ্যালয়ে কৈছে যে ৬৮ খন অক্সিজেন এক্সপ্ৰেছ ৰে’লগাড়ী ইতিমধ্যে যাত্ৰা সম্পূৰ্ণ কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে বিভিন্ন ৰাজ্যলৈ তৰল অক্সিজেনৰ যোগান প্ৰক্ৰিয়া অব্যাহত থাকিব। ৰে’লবিভাগে কানপুৰলৈ কালি ৮০ টন তৰল অক্সিজেনৰ যোগান ধৰে। বিভাগটোৱে এতিয়ালৈ মহাৰাষ্ট্ৰক ২৩৯ টন, উত্তৰ প্ৰদেশক ২৩০ টন, মধ্যপ্ৰদেশক ২৭১ টন, দিল্লীক এহেজাৰ ৬৭৯ টন, হাৰিয়ানাক ৫৫৫ টন, তেলেংগনাক ১২৩ টন আৰু ৰাজস্থানক ৪০ টন তৰল অক্সিজেনৰ যোগান ধৰিছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8