মুখ্য বাতৰি
ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ            খানাপাৰাত স্থাপন কৰা সোণালী ৰেচম উদ্যান আৰু বাণিজ্যিক কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ            স্বচ্ছ ভাৰত অভিযানলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্রীয় শাসিত অঞ্চলৰ বাসিন্দাসকলক প্ৰশংসা প্রধানমন্ত্ৰীৰ            শিলিগুৰিত আজিৰে পৰা ৩দিনীয়া কাৰ্যসূচীৰে জি-২০ পৰ্যটন কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক            গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত জি-২০ দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কাৰ্যগোটৰ প্রথমলানি বৈঠক           

Jan 30, 2023
9:16PM

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ডৰ টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্রিকেট দললৈ ৫ কোটি টকাৰ পুৰস্কাৰ

@ICC
ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ডে ১৯ বছৰ অনুৰ্ধৰ টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্রিকেট দলটোলৈ ৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। কালি অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেল খেলখনত ভাৰতে-ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্ৰীয়ে ১৯ বছৰ অনুৰ্ধৰ টি-টুৱেন্টি বিশ্বকাপ জয় কৰাৰ বাবে ভাৰতীয় মহিলা ক্রিকেট দলক অভিনন্দন জ্ঞাপন কৰিছে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1