মুখ্য বাতৰি
পিএফআই আৰু সহযোগী সংগঠনৰ বিৰুদ্ধে বে-আইনী কার্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ            উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ সকলো মহিলাৰে সুৰক্ষিত আৰু বৈধ গর্ভপাত কৰাৰ অধিকাৰ আছে            জ্যেষ্ঠ অধিবক্তা আৰ ভেংকটৰমনীক দেশৰ নতুন এটৰ্নী জেনেৰেল হিচাপে নিযুক্তি            জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত যোৱা ৮ ঘণ্টাত দুটাকৈ বোমা বিস্ফোৰণ            চুৰাটত ৩,৪০০ কোটিৰো অধিক টকাৰে কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ           

Sep 17, 2022
7:58PM

বিশ্ব যুৱ দবা প্ৰতিযোগিতাত ভাৰতৰ প্ৰণৱ আনন্দ আৰু এ আৰ ইলামপাৰ্থিৰ খিতাপ

File Photo
ৰোমানিয়াৰ মামাইয়াত অনুষ্ঠিত বিশ্ব যুৱ দবা প্ৰতিযোগিতাত ভাৰতৰ প্ৰণৱ আনন্দ আৰু এ আৰ ইলামপাৰ্থিয়ে ১৬ বছৰ অনুৰ্ধৰ আৰু ১৪ বছৰ অনুৰ্ধৰ মুকলি শাখাত খিতাপ অৰ্জন কৰিছে। শীৰ্ষ বাছনিৰ আনন্দে ১১টা ৰাউণ্ডৰ পৰা ৯ পইণ্ট লাভ কৰি বিজয়ী হয়। আনন্দৰ সতীৰ্থ দ্বিতীয় বাছনিৰ এম প্ৰণেশে ৮ পইণ্ট লাভ কৰি যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে।
        ১৪ বছৰ অনুৰ্ধৰ শাখাত এ আৰ ইলামপাৰ্থিয়ে ১১ টা ৰাউণ্ডৰ পৰা ৯.৫ পইণ্ট লাভ কৰি খিতাপ অৰ্জন কৰে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1