মুখ্য বাতৰি
২ লাখ নিবনুৱাক আত্মসংস্থাপনৰ সুবিধা প্ৰদানৰ কাৰণে মুখ্যমন্ত্রী ড০ হিমন্তবিশ্ব শর্মাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান ২০২৩ৰ শুভাৰম্ভ            শিশু শিক্ষাৰ বাবে নাইনিতালৰ নজিৰবিহীন ঘোঁৰা পুথিভঁড়ালৰৰ মন কি বাতত প্ৰধানমন্ত্ৰীৰ শলাগ            বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন অহা বছৰ ফেব্ৰুৱাৰী মাহত হ'বঃ মুখ্যমন্ত্ৰী            ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীৰ ৯ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ            দেশত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ সংখ্যা নিৰন্তৰ বৃদ্ধি পোৱাক লৈ প্রধানমন্ত্রীৰ সন্তুষ্টি প্রকাশ           

Sep 17, 2022
7:58PM

বিশ্ব যুৱ দবা প্ৰতিযোগিতাত ভাৰতৰ প্ৰণৱ আনন্দ আৰু এ আৰ ইলামপাৰ্থিৰ খিতাপ

File Photo
ৰোমানিয়াৰ মামাইয়াত অনুষ্ঠিত বিশ্ব যুৱ দবা প্ৰতিযোগিতাত ভাৰতৰ প্ৰণৱ আনন্দ আৰু এ আৰ ইলামপাৰ্থিয়ে ১৬ বছৰ অনুৰ্ধৰ আৰু ১৪ বছৰ অনুৰ্ধৰ মুকলি শাখাত খিতাপ অৰ্জন কৰিছে। শীৰ্ষ বাছনিৰ আনন্দে ১১টা ৰাউণ্ডৰ পৰা ৯ পইণ্ট লাভ কৰি বিজয়ী হয়। আনন্দৰ সতীৰ্থ দ্বিতীয় বাছনিৰ এম প্ৰণেশে ৮ পইণ্ট লাভ কৰি যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে।
        ১৪ বছৰ অনুৰ্ধৰ শাখাত এ আৰ ইলামপাৰ্থিয়ে ১১ টা ৰাউণ্ডৰ পৰা ৯.৫ পইণ্ট লাভ কৰি খিতাপ অৰ্জন কৰে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1