A-
A
A+
সৰ্বশেষ :
Mar 23 2023 9:51PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
এছিয়ান খো খো চেম্পিয়নশ্বিপৰ খিতাপ দখল ভাৰতৰ মহিলা আৰু পুৰুষ দলৰ
          
ৰাহুল গান্ধীক বিতর্কিত মোদী উপাধি মন্তব্যৰ বাবে দোষী সাব্যস্ত আদালতৰ
          
মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত নিতু ঘনঘাছ, লাভলীনা বৰগোহাঁই, নিখাট জাৰিন আৰু ছুইটী বুৰা
          
২০২৩ বৰ্ষৰ পদ্ম সন্মানসমূহ প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ
          
বিহাৰৰ ৰাজ্য গঠন দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ শুভেচ্ছা
          
Feb 02, 2023
,
7:37PM
বাল্য বিবাহৰ বিৰুদ্ধে অসমৰ ৩৬ খন জিলাত গোচৰ ৰুজু
AIR
বাল্য বিবাহৰ বিৰুদ্ধে অসমৰ ৩৬ খন জিলাত চাৰি হাজাৰ চাৰিটা গোচৰ ৰুজু হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰে। ধুবুৰীত বাল্য বিবাহৰ বিৰুদ্ধে সৰ্বাধিক ৩৭০ টা গোচৰ ৰুজু হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, বাক্সাত ১৫৩, বৰপেটাত ১৮১, গোৱালপাৰাত ১৫৭, হোজাইত ২৫৫, কাৰ্বি আংলঙত ১২৬, কোকৰাঝাৰত ২০৪, মৰিগাঁৱত ২২৪, নলবাৰীত ১৭১, দক্ষিণ শালমাৰাত ১৫৪ টা গোচৰ ৰুজু হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৩ ফেব্ৰুৱাৰীৰ পৰা অভিযুক্তসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিছে।
আনুসংগিক বাতৰি
বাল্য বিবাহৰ বিৰুদ্ধে চলি থকা অভিযানত উদ্বেগজনক তথ্য প্ৰকাশ
ৰাজ্যত বাল্যবিবাহৰ অভিযোগত এতিয়ালৈ ২,৬৬৬জনক গ্ৰেপ্তাৰ
২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগলৈকে ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ অভিযান চলিবঃ মুখ্যমন্ত্ৰী
ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত
বৰপেটা, কোকৰাঝাৰ জিলাত বাল্যবিবাহ সম্পৰ্কীয় পর্যালোচনা সভা
বাল্য বিবাহৰ বিৰুদ্ধে বৰ্তমানলৈ ৪,২৩৫টা গোচৰ পঞ্জীয়ন
ৰাজ্যত বাল্য বিবাহ প্ৰতিৰোধী আইনৰ অধীনত ২০১৭ চনৰ পৰা চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰী পৰ্যন্ত ৪,০৪৯ গৰাকী লোকক গ্ৰেপ্তাৰ
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1