মুখ্য বাতৰি
ডুন বিশ্ববিদ্যালয়ৰ তৃতীয় বাৰ্ষিক সমাৱৰ্তন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱৰ অংশগ্ৰহণ            প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীসকলক ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান            বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত আজি ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন            অসম মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত ৰণোজ পেগুৰ অংশগ্ৰহণ            বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ আজি আৰম্ভ           

Nov 24, 2022
7:25PM

পাকিস্তানৰ লেফটেনেণ্ট জেনেৰেল অসীম মুনীৰক দেশখনৰ সামৰিক বাহিনীৰ মুখ্য অধিনায়ক ৰূপে নিযুক্ত

File Photo
পাকিস্তানৰ, লেফটেনেণ্ট জেনেৰেল অসীম মুনীৰক আজি দেশখনৰ সামৰিক বাহিনীৰ মুখ্য অধিনায়ক ৰূপে নিযুক্ত কৰা হৈছে। তেওঁ, জেনেৰেল জাভেদ বাজৱাৰ স্থলাভিষিক্ত হ'ব। জাভেদ বাজৱাৰাৰ অহা মাহত ছয়বছৰীয়া কাৰ্যকালৰ অন্ত পৰিব।
        পাকিস্তানৰ তথ্যমন্ত্ৰী মৰিয়ম অউৰংগজেৱে কয় যে প্রধানমন্ত্রী মহম্মদ চাহবাজ ছৰিফে লেফটেনেণ্ট জেনেৰেল চাহিৰ চামচেদ মিৰ্জাক যুটীয়া সেনা মুৰব্বীৰ মুখ্য অধ্যক্ষ আৰু জেনেৰেল অসীম মুনীৰক সামৰিক বাহিনীৰ মুখ্য ৰূপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1