মুখ্য বাতৰি
ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ            খানাপাৰাত স্থাপন কৰা সোণালী ৰেচম উদ্যান আৰু বাণিজ্যিক কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ            স্বচ্ছ ভাৰত অভিযানলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্রীয় শাসিত অঞ্চলৰ বাসিন্দাসকলক প্ৰশংসা প্রধানমন্ত্ৰীৰ            শিলিগুৰিত আজিৰে পৰা ৩দিনীয়া কাৰ্যসূচীৰে জি-২০ পৰ্যটন কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক            গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত জি-২০ দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কাৰ্যগোটৰ প্রথমলানি বৈঠক           

Jan 27, 2023
9:27PM

পঞ্চম খেলো ইণ্ডিয়া যুৱ ক্রীড়াত অংশ লোৱাৰ উদ্দেশ্যে অসমৰ প্ৰথমটো দল ৰাওনা

File Photo
মধ্য প্ৰদেশত অনুষ্ঠিত হ'বলগীয়া পঞ্চম খেলো ইণ্ডিয়া যুৱ ক্রীড়াত অংশ লোৱাৰ বাবে অসমৰ প্ৰথমটো দল আজি গুৱাহাটীৰ পৰা ৰাওনা হৈছে। এইবাৰ খেলো ইণ্ডিয়াত অসমৰ ১০১ জনীয়া খেলুৱৈ, প্রশিক্ষক আৰু বিষয়াৰ দলে অংশ ল'ব। অসম চৰকাৰৰ ক্ৰীড়া বিভাগে জনোৱা অনুসৰি, পঞ্চম খেলো ইণ্ডিয়ালৈ ৰাজ্যৰ ৭৯ গৰাকী খেলুৱৈয়ে মুঠ ১৪ বিধ খেলত অংশ লোৱাৰ বাবে যোগ্যতা অৰ্জন কৰিছে ভাৰতীয় ক্রীড়া প্ৰাধিকৰণে আয়োজন কৰা ১৭ বছৰ অনুৰ্ধৰ প্ৰতিযোগিতাখন অহা ৩১ জানুৱাৰীৰ পৰা মধ্যপ্ৰদেশৰ চাৰিখন চহৰত অনুষ্ঠিত হ'ব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1