মুখ্য বাতৰি
পিএফআই আৰু সহযোগী সংগঠনৰ বিৰুদ্ধে বে-আইনী কার্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ            উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ সকলো মহিলাৰে সুৰক্ষিত আৰু বৈধ গর্ভপাত কৰাৰ অধিকাৰ আছে            জ্যেষ্ঠ অধিবক্তা আৰ ভেংকটৰমনীক দেশৰ নতুন এটৰ্নী জেনেৰেল হিচাপে নিযুক্তি            জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত যোৱা ৮ ঘণ্টাত দুটাকৈ বোমা বিস্ফোৰণ            চুৰাটত ৩,৪০০ কোটিৰো অধিক টকাৰে কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ           

Sep 21, 2022
6:09PM

নৰ্থ চেনেল সাঁতুৰি অসমৰ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ অভিলেখ

@airnewsalerts
অসমৰ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ নৰ্থ চেনেল সাঁতুৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হৈছে। সাঁতোৰবিদগৰাকীয়ে ১৪ ঘণ্টা ৩৮ মিনিট নৰ্থ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ সাঁতুৰি এই অভিলেখ গঢ়িছে। উল্লেখ্য যে, তেওঁ নৰ্থ চেনেল সাঁতুৰি এই অভিলেখ গঢ়া আটাইতকৈ বৰ্ষীয়ান ভাৰতীয় সাঁতোৰবিদ হিচাপে পৰিগণিত হৈছে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1