মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

May 04, 2021
5:30PM

নতুন ডিজিটীয় চাকৰি সৃষ্টিৰ লক্ষ্যৰে মাইক্ৰছফট আৰু নাইজেৰিয়া চৰকাৰে সহযোগিতাৰে কাম কৰাৰ পৰিকল্পনা

AIR
        প্ৰযুক্তিথণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান মাইক্ৰছফট আৰু নাইজেৰিয়া চৰকাৰে অহা ৩ বছৰত ২৭ হাজাৰৰো অধিক নতুন ডিজিটীয় চাকৰি সৃষ্টিৰ লক্ষ্যৰে সহযোগিতাৰে কাম কৰিব। নাইজেৰিয়া চৰকাৰৰ সৈতে মাইক্ৰছফটৰ অধ্যক্ষ ব্ৰেড স্মিথে এটা যুটীয়া বিবৃতিত কয় যে তেওঁলোকে এহেজাৰ ৭০০ প্ৰশিক্ষকক নাইজেৰিয়াৰ ৫০ লাখ লোকক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে নিয়োগ কৰিব। তেওঁলোকে লগতে দেশখনৰ ছটা অঞ্চলত দ্ৰুত ইণ্টাৰনেট সেৱাৰ বাবে আন্তঃগাঁথনি গঢ়ি তুলি ইণ্টাৰনেট সংযোগ উন্নীত কৰাৰ পৰিকল্পনা কৰিছে। নাইজেৰিয়াৰ উপ-ৰাষ্ট্ৰপতি য়েমি অচিনবাজোই কালি অহা কেইমাহমানৰ ভিতৰতে এই কাৰ্যসূচী আৰম্ভ হ’ব বুলি প্ৰকাশ কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8