মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

May 09, 2021
6:38PM

তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ’লে চীনে জৈৱিক অস্ত্ৰ প্ৰয়োগ কৰিব পাৰে বুলি অনুমান

AIR
সমগ্ৰ বিশ্বই ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে এই মহামাৰী বিয়পোৱাৰ ক্ষেত্ৰত চীনৰ ভূমিকা সন্দৰ্ভত প্ৰশ্নৰ অৱতাৰণা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে কোৱিড-১৯ ক অস্ত্ৰৰূপে ব্যৱহাৰ কৰাৰ বাবে চীনে আলোচনা কৰাৰ তথ্য লাভ কৰাৰ কথা সদৰী কৰিছে। এই তথ্য অনুসৰি চীনৰ সেনা কামাণ্ডাৰসকলে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ’লে জৈৱিক অস্ত্ৰ প্ৰয়োগ কৰা হ’ব পাৰে বুলি অনুমান কৰিছে। ‘The Unnatural Origin of SARS and New Species of Man-Made Viruses as Genetic Bioweapons’ শীৰ্ষক সামৰিক তথ্যত শত্ৰুৰ চিকিৎসা ব্যৱস্থা ধ্বংসত জৈৱিক অস্ত্ৰ ব্যৱহাৰ কৰা হ’ব পাৰে বুলি চীনৰ সামৰিক পৰিকল্পনাৰ কথা প্ৰকাশ পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰ বিষয়াসকলে লাভ কৰা এই তথ্য ২০১৫ চনত চীনৰ সামৰিক বিজ্ঞানী আৰু জ্যেষ্ঠ ৰাজহুৱা স্বাস্থ্য বিষয়াসকলে লিখিছিল বুলি প্ৰকাশ পাইছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8