মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 05, 2022
7:17PM

জন্মু-কাশ্মীৰৰ ছ’পিয়ান জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা দুটা পৃথক সংঘৰ্ষত ৪টা সন্ত্ৰাসবাদী নিহত

File Photo (ANI)
জন্মু-কাশ্মীৰৰ ছ'পিয়ান জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা দুটা পৃথক সংঘৰ্ষত চাৰিটা সন্ত্ৰাসবাদী নিহত হয়। জিলাখনৰ মুলু গাঁৱত লস্কৰ-ই-তৈবাৰ এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে জিলাখনৰ ড্ৰাছ খণ্ডত যোৱা নিশা হোৱা সংঘৰ্ষত জৈইছ ই মহম্মদৰ তিনিটা সন্ত্রাসবাদী নিহত হয়। শেহতীয়াকৈ পোৱা বাতৰি মতে মুলু গাঁৱত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1