মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

May 11, 2021
5:15PM

জন্মু কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

AIR
কেন্দ্ৰীয় শাসিত অঞ্চল জন্মু কাশ্মীৰৰ দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগ অঞ্চলৰ ভাইলো গাঁৱত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত আজি পুৱা সংঘটিত গুলীয়াগুলীৰ ঘটনাত তিনিটা সন্ত্ৰাসবাদী নিহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে নিৰাপত্তা বাহিনীৰ যুটীয়া দলে গাওঁখনত সন্ত্ৰাসবাদী থকাৰ তথ্য লাভ কৰাৰ পাছত অঞ্চলটো ঘেৰি ধৰি তালাচী অভিযান চলোৱাত সংঘৰ্ষৰ সূত্ৰপাত হয়। নিহত সন্ত্ৰাসবাদীকেইটাক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8