মুখ্য বাতৰি
ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ            খানাপাৰাত স্থাপন কৰা সোণালী ৰেচম উদ্যান আৰু বাণিজ্যিক কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ            স্বচ্ছ ভাৰত অভিযানলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্রীয় শাসিত অঞ্চলৰ বাসিন্দাসকলক প্ৰশংসা প্রধানমন্ত্ৰীৰ            শিলিগুৰিত আজিৰে পৰা ৩দিনীয়া কাৰ্যসূচীৰে জি-২০ পৰ্যটন কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক            গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত জি-২০ দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কাৰ্যগোটৰ প্রথমলানি বৈঠক           

Jan 27, 2023
9:28PM

ছানিয়া মির্জা আৰু ৰোহণ বোপান্নাৰ যুটিটো অষ্ট্ৰেলিয়ান অ'পেনৰ মিক্স ডাবলছৰ ফাইনেলত পৰাজিত

@AustralianOpen
ভাৰতৰ ছানিয়া মির্জা আৰু ৰোহণ বাপান্নাৰ যুটিটোৱে মেলবর্ণ উদ্যানত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অ'পেনৰ মিক্স ডাবলছৰ ফাইনেলত ব্রাজিলৰ লুইছা ষ্টেফানি আৰু ৰাফেল মাটোছৰ হাতত পৰাজয় বৰণ কৰে। ব্রাজিলিয়ান যুটিটোৱে লাভ কৰা এয়া হৈছে প্ৰথমটো গ্ৰেণ্ড শাম খিতাপ। ৰোহণ বুপান্নাৰ সৈতে প্ৰতিদ্বন্দিতা কৰা ছানিয়া মিৰ্জাৰ এইখন অন্তিম গ্রেণ্ড শ্লাম প্রতিযোগিতা য'ত ভাৰতীয় যুটিটোৱে ৭-৬, ৬-২ ফলাফলত লুইছা ষ্টেফানি আৰু ৰাফেল মাটোছৰ হাতত পৰাজয় বৰণ কৰে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1